প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ কূটনৈতিক প্ৰচেষ্টা, আঞ্চলিক ব্যস্ততাই বিশ্বৰ মঞ্চত এখন আত্মবিশ্বাসী আৰু সক্ষম ৰাষ্ট্ৰক চিত্ৰিত কৰিছে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
17 NOV 2023 1:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতা আৰু চন্দ্ৰ অভিযানকে ধৰি ২০২৩ চনত ভাৰতৰ সাফল্যৰ ৰূপ ৰেখা দাঙি ধৰি এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে, য'ত কোভিড-১৯ৰ পিছত পুনৰুদ্ধাৰ আৰু শক্তিশালী বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰবন্ধটো বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"বৈদেশিক পৰিকক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰৱন্ধটোত ২০২৩ চনত ভাৰতৰ সাফল্যৰ কথা উল্লেখ কৰা হৈছে, যাৰ ভিতৰত আছে জি-২০ অধ্যক্ষতা আৰু চন্দ্ৰ অভিযান লগতে ইয়াত কোভিড-১৯ ৰ পিছত পুনৰুদ্ধাৰ আৰু শক্তিশালী বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
এই অংশটোৱে ভাৰতৰ কূটনৈতিক প্ৰচেষ্টা আৰু আঞ্চলিক সম্পৰ্কৰে বিশ্বৰ মঞ্চত এখন আত্মবিশ্বাসী আৰু সক্ষম ৰাষ্ট্ৰক চিত্ৰিত কৰাৰ ওপৰত আলোকপাত কৰে"।
DS/MK/ID
(रिलीज़ आईडी: 1977600)
आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam