প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চত্তীশগড়ত আচাৰ্য্য শ্ৰী বিদ্যাসাগৰ জী মহাৰাজৰ আশীৰ্বাদ কামনা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 NOV 2023 12:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তীশগড়ৰ জৈন মন্দিৰত দিগম্বৰ জৈন আচাৰ্য্য শ্ৰী বিদ্যাসাগৰ জী মহাৰাজৰ আশীৰ্বাদ কামনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প’ষ্ট কৰে

"চত্তীশগড়ৰ ডংগৰগড়ৰ চন্দ্ৰগিৰি জৈন মন্দিৰত আচাৰ্য্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজ জীৰ আশীৰ্বাদ লাভ কৰি ধন্য হওঁ।"

*******

DS/RT/SB


(रिलीज़ आईडी: 1974952) आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam