প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছত্তীশগড়ৰ ডোংগৰগড়ত প্ৰধানমন্ত্ৰীয়ে মা বমলেশ্বৰীৰ পূজা সম্পন্ন কৰে

Posted On: 05 NOV 2023 2:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ ডোংগৰগড়ত ‘মা বমলেশ্বৰী’ৰ পূজা সম্পন্ন কৰে আৰু ৰাজ্যখনৰ নাগৰিকসকলৰ সুখ আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে।

‘এক্স’ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

"ছত্তীশগড়ৰ ডোংগৰগড়ত ‘মা বমলেশ্বৰী’ৰ ঐশ্বৰিক দৰ্শন আৰু উপাসনাই মনটোক যথেষ্ট সন্তুষ্টি প্ৰদান কৰিছে। তেওঁৰ পৰা ৰাজ্যখনৰ মোৰ পৰিয়ালৰ সদস্যসকলৰ সুখ আৰু সমৃদ্ধি কামনা কৰিছোঁ।"

**********

DS/ST/KB



(Release ID: 1974925) Visitor Counter : 72