প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখনত ভাৰতীয় বিজয়ক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 NOV 2023 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰিকেট বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে এক সুন্দৰ বিজয় সাব্যস্ত কৰাৰ বাবে ‘টীম ইণ্ডিয়া’ক অভিনন্দন জ্ঞাপন কৰে। 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে: 

"বিশ্বকাপত ‘টীম ইণ্ডিয়া’ অপ্ৰতিৰোধ্য!

শ্ৰীলংকাৰ বিৰুদ্ধে এক সুন্দৰ বিজয় সাব্যস্ত কৰাৰ বাবে দলটোক অভিনন্দন জনাইছোঁ! এয়া আছিল দলবদ্ধ শ্ৰম আৰু দৃঢ়তাৰ ব্যতিক্ৰমী প্ৰদৰ্শন।"

******

DS/SKS



(Release ID: 1974601) Visitor Counter : 77