প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কেৰালা পিৰাৱি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
01 NOV 2023 11:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালা পিৰাৱি উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"কেৰালা পিৰাৱি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো। অধ্যৱসায় আৰু সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ কেৰালাৰ লোকসকলে স্থিতিস্থাপকতা আৰু সংকল্পক মূৰ্ত কৰি তুলিছে। তেওঁলোকে সদায় সফলতাৰ দ্বাৰ স্পৰ্শ কৰক আৰু তেওঁলোক সফলতাৰ সৈতে অনুপ্ৰাণিত হৈ থাকক।"
******
DS/SK/MK/AT
(रिलीज़ आईडी: 1973698)
आगंतुक पटल : 87
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam