প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত আৰ্চাৰীত ৰূপৰ পদক জয় কৰাত ৰাকেশ কুমাৰক অভিনন্দন জনায়

प्रविष्टि तिथि: 27 OCT 2023 7:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌত আয়োজিত এছিয়ান পেৰা গেমছত পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড অপেন ইভেণ্টত ৰূপৰ পদক জয় কৰাত ৰাকেশ কুমাৰক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড অপেন ইভেণ্টত চমকপ্ৰদ ৰূপৰ পদক আহৰণ কৰাত পেৰা আৰ্চাৰ ৰাকেশ কুমাৰক অভিনন্দন।

তেওঁ ভাৰতক প্ৰেৰণা যোগাই থাকক আৰু অনেক প্ৰাপ্তিৰে দেশক গৌৰৱান্বিত কৰি থাকক।"

**********

DS/RT


(रिलीज़ आईडी: 1972542) आगंतुक पटल : 104
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , English , Urdu , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam