প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত ধনুৰ্বিদ্যাত স্বৰ্ণ পদক জয় কৰাৰ বাবে শীতল দেৱী, ৰাকেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
26 OCT 2023 9:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত ধনুৰ্বিদ্যাত সোণৰ পদক অৰ্জন কৰাৰ বাবে শীতল দেৱী আৰু ৰাকেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"আমাৰ পেৰা আৰ্চাৰী মিক্সড দলৰ বাবে ই এক গৌৰৱময় স্বৰ্ণ জয়।
শীতল দেৱী আৰু ৰাকেশ কুমাৰক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছোঁ।
এই গৌৰৱ তেওঁলোকৰ দৃঢ়তা, নিষ্ঠা আৰু ব্যতিক্ৰমী দক্ষতাৰ এক প্ৰমাণ।"
*************
DS/RT/KG
(रिलीज़ आईडी: 1972526)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam