প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰুদ্ৰাংশ খাণ্ডেলৱালক অভিনন্দন জনাইছে

प्रविष्टि तिथि: 24 OCT 2023 5:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 P1 ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰুদ্ৰাংশ খণ্ডেলৱালক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া ফ’ৰাম এক্সত পোষ্ট কৰিছে: “এছিয়ান পেৰা গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰুদ্ৰাংশ খাণ্ডেলৱাললৈ অভিনন্দন। পি ১– পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ ইভেণ্টত ৰুদ্ৰাংশৰ উৎকৃষ্ট প্ৰদৰ্শন হৈছে তেওঁৰ নিষ্ঠা আৰু অনুশীলনৰ ফল। ভাৰতে এই অবিশ্বাস্য কৃতিত্বৰ শলাগ লৈছে!”

***

DS/RT


(रिलीज़ आईडी: 1972522) आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam