প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক স্মাৰক লাভৰ বাবে নিলামত অংশ ল’বলৈ উৎসাহিত কৰে

Posted On: 27 OCT 2023 1:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক নিলামত অংশ ল’বলৈ আৰু তেওঁ লাভ কৰা স্মাৰকসমূহৰ বাবে নিবিদা দাখিল কৰিবলৈ উৎসাহিত কৰিছে। শ্ৰী মোদীয়ে জনায় যে এই উপাৰ্জন নমামী গঙ্গে প্ৰকল্পলৈ উৎসৰ্গিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"মই বিগত বছৰবোৰত লাভ কৰা স্মাৰকসমূহৰ নিলামৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি পাই সঁচাকৈয়ে উৎফুল্লিত হৈছো। আপোনালোক এই কথা অৱগত যে ইয়াৰ পৰা হোৱা  উপাৰ্জনবোৰ নমামি গঙ্গেৰ বাবে উৎসৰ্গিত। মই লাভ কৰা স্মাৰকসমূহৰ বাবে বিনয়েৰে সকলোকে নিবিদা প্ৰক্ৰিয়াত যোগদান কৰিবলৈ উৎসাহিত কৰিছো। pmmementos.gov.in/#/ "

 

I'm truly elated by the overwhelming response to the auction of the mementoes I've received over the years. As you're aware, the proceeds are dedicated to Namami Gange. I kindly encourage everyone to join in and place their bids for some of the very special mementos I have… https://t.co/INugTcW7x2

— Narendra Modi (@narendramodi) October 27, 2023

 

***

DS/TS/KD/AT



(Release ID: 1972010) Visitor Counter : 52