প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ৰ বেডমিণ্টনত মহিলাৰ একক এছএইচ ৬ ইভেণ্টত নিত্যা শ্ৰী শিৱানৰ ব্ৰঞ্জৰ পদক অৰ্জন উদযাপন কৰে

Posted On: 26 OCT 2023 11:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ একক এছ এইচ ৬ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্যা শ্ৰী শিৱানক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

পেৰা বেডমিণ্টন মহিলা একক এছ এইচ ৬ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে পেৰা শ্বাটলাৰ নিত্যা শ্ৰী শিৱানক অভিনন্দন জনাইছো।

তেওঁৰ অটল সংকল্প আৰু ব্যতিক্ৰমী দক্ষতা আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা।

 

***

DS/TS/MK/AT



(Release ID: 1971980) Visitor Counter : 71