প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত মহিলাৰ ডিস্কাছ থ্ৰ'ত ৰূপৰ পদক জয় কৰাত পূজাক অভিনন্দন জনায়

Posted On: 25 OCT 2023 9:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত মহিলাৰ ডিস্কাছ থ্ৰ'-এফ৫৪/৫৫ ইভেণ্টত ৰূপৰ পদক জয়ত পূজাক অভিনন্দন জনায়।

তেওঁ কয় যে তেওঁৰ সমৰ্পণে ভাৰতক গৌৰৱান্বিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"মহিলাৰ ডিস্কাছ থ্ৰ'-এফ৫৪/৫৫ ইভেণ্টত পূজাৰ এক অসাধাৰণ প্ৰদৰ্শন। তেওঁৰ নিষ্ঠা আৰু দক্ষতা উজ্জ্বলভাৱে জিলিকি উঠিছে, ভাৰতে আন এক গৌৰৱময় মুহূৰ্ত লাভ কৰিছে। ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন।"

**********

 

DS/RS



(Release ID: 1971746) Visitor Counter : 61