প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছ এছএল৩ ইভেণ্টত মানসী যোশীৰ ব্ৰঞ্জৰ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 OCT 2023 4:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছ এছএল৩ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে মানসী যোশীক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“বেডমিণ্টনৰ মহিলাৰ ছিংগলছ এছএল৩ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে মানসী যোশীক অভিনন্দন জ্ঞাপন কৰিছো৷ এয়া এক অসাধাৰণ সাফল্য৷ ভাৰত অতি উৎসাহেৰে এই সফলতাক উদযাপন কৰিছে৷”

***

DS/TS/DB


(रिलीज़ आईडी: 1971739) आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu