প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বটপুট-এফ৪৬ ইভেণ্টত শচীন ছাজেৰাও খিলাড়ীৰ স্বৰ্ণ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 26 OCT 2023 11:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বটপুট-এফ৪৬ ইভেণ্টত স্বৰ্ণ পদক জয় কৰা শচীন ছাজেৰাও খিলাড়ীক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বটপুট-এফ৪৬ ইভেণ্টত ভাৰতৰ বাবে শচীন ছাজেৰাও খিলাড়ীৰ চমকপ্ৰদ স্বৰ্ণ পদক অৰ্জন!

এই উল্লেখযোগ্য বিজয়ৰ বাবে শচীনক বিপুল অভিনন্দন জনাইছো৷ তেওঁৰ নিষ্ঠা আৰু শক্তি উজ্জ্বল ৰূপত জিলিকি উঠিছে।”

***

DS/TS/DB



(Release ID: 1971483) Visitor Counter : 54