প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছত মহিলাৰ ৪০০ মিটাৰ-টি২০ ইভেণ্টত স্বৰ্ণ পজক জয়ৰ বাবে দীপ্তি জীৱানজিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 24 OCT 2023 1:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত মহিলাৰ ৪০০ মিটাৰ-টি২০ ইভেণ্টত স্বৰ্ণ পজক জয়ৰ বাবে দীপ্তি জীৱানজিক অভিনন্দন জ্ঞাপন কৰিছে৷

তেওঁৰ প্ৰদৰ্শনক চমকপ্ৰদ বুলি অভিহিত কৰি তেওঁ কয় ট্ৰেকত জীৱানজিৰ উদ্যম অতুলনীয়৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“দীপ্তি জীৱানজিৰ এক চমকপ্ৰদ প্ৰদৰ্শন৷ এছিয়ান পেৰা গেমছত মহিলাৰ ৪০০ মিটাৰ-টি২০ ইভেণ্টত স্বৰ্ণ পজক জয়ৰ বাবে দীপ্তিক অভিনন্দন জনাইছো৷ ট্ৰেকত তেওঁৰ উদ্যম অতুলনীয়, যিয়ে দৰ্শকক আশ্বৰ্যচকিত কৰি তুলিলে৷ আমাৰ সকলোকে গৌৰৱান্বিত কৰাৰ বাবে দীপ্তিক অভিনন্দন জনাইছো৷”

***

 

DS/RT/DB



(Release ID: 1971380) Visitor Counter : 69