প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘এছিয়ান পেৰা গে’মছ ২০২২’ ত মহিলাৰ ‘৪৮ কিলোগ্ৰাম জে২ জুডো প্ৰতিযোগিতা’ত কোকিলাই ব্ৰঞ্জৰ পদক লাভ কৰাত আনন্দিত প্ৰধানমন্ত্ৰী

Posted On: 23 OCT 2023 6:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত মহিলাৰ ‘৪৮ কিলোগ্ৰাম জে-২ জুডো প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কোকিলাক অভিনন্দন জ্ঞাপন কৰে। 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত  কয়:

"জুডোত মহিলাৰ ‘৪৮ কিলোগ্ৰাম জে-২’ত উপযুক্ত ভাবেই ব্ৰঞ্জৰ পদক অৰ্জন কৰা কোকিলাক অভিনন্দন জনাইছোঁ। তেওঁ সকলোৰে বাবে অনুপ্ৰেৰণা। আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জনাইছোঁ।"

 

 

***

DS/TS/KB/BM



(Release ID: 1970589) Visitor Counter : 82