প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছ ২০২২ ত পুৰুষৰ ১৫০০ মিটাৰ ফাইনেলত জিনচন জনছনৰ ব্ৰঞ্জপদক; প্ৰধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ
পোষ্ট কৰা হৈছে:
01 OCT 2023 8:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষৰ ১৫০০ মিটাৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে জিনচন জনছনক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“বিশাল মঞ্চত ব্ৰঞ্জেৰে উজ্বলিছে! পুৰুষৰ ১৫০০ মিটাৰ ফাইনেলত এক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে জিনচন জনছনক শুভেচ্ছা জনাইছো। তেওঁ সদায়ে গৌৰৱৰ নতুন উচ্চতা অৰ্জন কৰক।”
***
DS/ST/RD/BM
(ৰিলিজ আই ডি : 1968024)
অতিথি কক্ষ : 127
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam