প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহালয়া উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
14 OCT 2023 11:46AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়াৰ পবিত্ৰ দিন উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"মহালয়াৰ এই পবিত্র দিনত মা দুর্গাৰ ওচৰত আমাৰ সকলোৰে শক্তি, প্রজ্ঞা আৰু সমৃদ্ধি কামনা কৰিলোঁ। এই বিশেষ দিনটো সাহস, সম্প্রীতি আৰু সমৃদ্ধিৰ প্ৰতীক হৈ উঠক।
শুভ মহালয়া!"
মহালয়ার এই পবিত্র দিনে মা দুর্গার কাছে আমরা সকলের শক্তি, প্রজ্ঞা ও সমৃদ্ধি কামনা করি। এই বিশেষ দিনটি সাহস, সম্প্রীতি ও সমৃদ্ধির আলোকবর্তিকা হয়ে উঠুক।
শুভ মহালয়া!
— Narendra Modi (@narendramodi) October 14, 2023
******
DS/SK/DB/BM
(ৰিলিজ আই ডি : 1967764)
অতিথি কক্ষ : 112
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam