প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পুৰুষ দবা দলটোক অভিনন্দন জনাইছে

प्रविष्टि तिथि: 07 OCT 2023 10:04PM by PIB Guwahati

হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ দবা দলটোক অভিনন্দন জ্ঞাপন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়;

 

“প্ৰতিভাৰ অসাধাৰণ প্ৰদৰ্শন! এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে আমাৰ পুৰুষৰ দবা দললৈ অভিনন্দন। তেওঁলোকৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা থাকিল।” 

 

Exceptional brilliance on display! Congratulations to our Chess Men's team for clinching the Silver Medal at the Asian Games. My best wishes for their future endeavours. pic.twitter.com/u59xWUqDzl

— Narendra Modi (@narendramodi) October 7, 2023

 

**********

 DS/ST/MS/BM


(रिलीज़ आईडी: 1966561) आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam