প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সমগ্ৰ দেশতে মোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে হোৱাটছএপ মোৰ বাবে আন এক শক্তিশালী মাধ্যম হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 09 OCT 2023 6:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হোৱাটছএপ মোৰ বাবে সমগ্ৰ দেশতে মোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে আন এক শক্তিশালী মাধ্যম হৈ পৰিছে।

তেওঁ তেওঁৰ হোৱাটছএপ চেনেলৰ লিংকটো শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে এইদৰে;

"হোৱাটছএপ মোৰ বাবে সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে আন এক শক্তিশালী মাধ্যম হৈ পৰিছে। আপোনাসৱে মোৰ এই চেনেলটোৰ জৰিয়তে মোৰ সৈতে সংযুক্ত হওক আৰু সকলো আপডেট তৎক্ষণাৎ আপোনাসৱৰ ফোনতেই লাভ কৰক।

 

https://www.whatsapp.com/channel/0029Va8IaebCMY0C8oOkQT1F

 

**********


(रिलीज़ आईडी: 1966163) आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam