প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্বই ভাৰতৰ নিৰৱধি দৰ্শন বসুধৈৱ কুটুম্বকমৰ প্ৰচাৰ আৰু প্ৰসাৰ কামনা কৰেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
07 OCT 2023 5:42PM by PIB Guwahati
নানা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বিশ্বই ভাৰতৰ নিৰৱধি দৰ্শন বসুধৈৱ কুটুম্বকমৰ প্ৰচাৰ আৰু প্ৰসাৰ কামনা কৰে, এই কথা ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰিছে;
"প্ৰাক্তন বিত্ত সচিব হাসমুখ আধিয়াই বৰ্ণনা কৰিছে যে, বিশ্ব মঞ্চৰ পৰা গাওঁ পঞ্চায়তলৈকে, প্ৰধানমন্ত্ৰীৰ সুনিৰ্দিষ্ট আৰু সুস্পষ্ট পৰামৰ্শই বিভিন্ন জনগোষ্ঠীক এক সাধাৰণ লক্ষ্যৰ দিশে পৰিচালিত কৰিব।
https://indianexpress.com/article/opinion
**************
DS/TS/KG
(रिलीज़ आईडी: 1965675)
आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam