প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান গেমছৰ পুৰুষৰ বেডমিণ্টন ছিংগলছত ব্ৰঞ্জৰ পদক লাভেৰে উল্লেখনীয় সাফল্য লাভৰ বাবে প্ৰণয় এইচএছক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 06 OCT 2023 6:13PM by PIB Guwahati

এছিয়ান গেমছৰ পুৰুষৰ বেডমিণ্টন ছিংগলছত ব্ৰঞ্জৰ পদক লাভেৰে উল্লেখনীয় সাফল্য লাভৰ বাবে প্ৰণয় এইচএছক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে এইদৰে;

"এছিয়ান গেমছৰ পুৰুষৰ বেডমিণ্টন ছিংগলছত ব্ৰঞ্জৰ পদক লাভেৰে @PRANNOYHSPRI ৰ উল্লেখনীয় সাফল্য অৰ্জনত ৰোমাঞ্চিত হৈছোঁ! তেওঁৰ অটল সংকল্প আৰু সম্পূৰ্ণ দৃঢ়তা উচ্চাকাংক্ষী খেলুৱৈসকলৰ বাবে এক শিকন‌ি।

 

চাব্বাছ প্ৰণয়! দেশে এই সফলতা উদযাপন কৰিছে।"

*********** 

 

 KG/BM



(Release ID: 1965626) Visitor Counter : 50