প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুৰুষৰ ৫০০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অবিনাশ ছেবলৰ ৰূপৰ পদক; প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
04 OCT 2023 7:22PM by PIB Guwahati
হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ ৫০০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায় অবিনাশ ছেবলক।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে - “পুৰুষৰ ৫০০০ মিটাৰ ইভেণ্টত @avinash3000m ত এক যোগ্য ৰূপৰ পদক। এনে এক অনবদ্য প্ৰদৰ্শনৰ বাবে অবিনাশলৈ মোৰ আন্তৰিক অভিনন্দন। তেওঁ এগৰাকী অসাধাৰণ চেম্পিয়ন!”
***
DS/TS/RD
(रिलीज़ आईडी: 1964486)
आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam