প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্মদিন উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 01 OCT 2023 9:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  জন্মদিন উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দক শুভেচ্ছা জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“জন্মদিন উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী @ramnathkovind জীক বহুত বহুত শুভেচ্ছা জনাইছো৷ তেওঁ তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু দেশৰ প্ৰতি থকা সমৰ্পণে এক অবিস্মৰণীয় চিন ৰাখিছে। তেওঁৰ প্ৰজ্ঞা আৰু নম্ৰতাই সদায় জনসাধাৰণৰ মাজত অনুৰণন ঘটাই আহিছে। তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা জনালোঁ৷”

 

Best wishes to former President Shri @ramnathkovind Ji on his birthday. His exemplary leadership and dedication to the nation have left an indelible mark. His wisdom and humility have always resonated with the people. Praying for his long and healthy life.

— Narendra Modi (@narendramodi) October 1, 2023

 

***

DS/RT/DB/BM



(Release ID: 1964124) Visitor Counter : 80