প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক বিজয়ী এন্সি চোজান এডাপ্পিল্লিৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
02 OCT 2023 9:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত লং জাম্পত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে এন্সি চোজান এডাপ্পিল্লিক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"এছিয়ান গেমছৰ লং জাম্পত আন এটা ৰূপ। এন্সি চোজান এডাপ্পিল্লিক তেওঁৰ সফলতাৰ বাবে অভিনন্দন। আগন্তুক দিনৰ বাবে মোৰ শুভকামনা।"
*************
(ৰিলিজ আই ডি : 1963892)
অতিথি কক্ষ : 132
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam