প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ ইভেণ্টত সোণৰ পদক অৰ্জনৰ বাবে অবিনাশ চেবলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 OCT 2023 8:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰাৰ অবিনাশ চেবলক বাবে অভিনন্দন জ্ঞাপন কৰে।
এটা এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"এগৰাকী অসাধাৰণ চেম্পিয়নে ভাৰতক পুনৰবাৰ গৌৰৱান্বিত কৰিছে! পুৰুষৰ ৩০ মিটাৰ ষ্টিপলচেজ ইভেণ্টত অপ্ৰতিৰোধ্য @avinash3000mৰ দ্বাৰা এটা দুৰ্দান্ত সোণ। সফলতাৰ বাবে মই তেওঁক অভিনন্দন জনাইছোঁ। আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা যাচিলোঁ।"
**************
DS/ST/KG
(रिलीज़ आईडी: 1963386)
आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam