প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ ত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত মহিলা দলৰ ৰূপৰ পদক অৰ্জনক উদযাপন কৰে

प्रविष्टि तिथि: 29 SEP 2023 10:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ-২০২২ত অনুষ্ঠিত ১০ মিটাৰ এয়াৰ পিষ্টল মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে দিব্যা থাদিগোল, এষা সিং আৰু পলকক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত এই সন্দৰ্ভত কয় : "এছিয়ান গেমছত শ্বুটিঙত আন এটা পদক! ১০ মিটাৰ এয়াৰ পিষ্টল মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে দিব্যা থাদিগোল, এষা সিং আৰু পালকক অভিনন্দন জনাইছো। তেওঁলোকৰ ভৱিষ্যতলৈ শুভকামনা থাকিল। তেওঁলোকৰ সফলতাই অনাগত দিনৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব।"


(रिलीज़ आईडी: 1961949) आगंतुक पटल : 100
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam