প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পুৰুষৰ ‘স্কীট শ্বুটিং ইভেণ্ট’ত ৰূপৰ পদক অৰ্জনেৰে ইতিহাস ৰচনা কৰা অনন্ত জিত্ সিং নৰুকাক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 27 SEP 2023 8:44PM by PIB Guwahati

‘এছিয়ান গে’মছ’ত অনুষ্ঠিত পুৰুষৰ ‘স্কীট শ্বুটিং প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জনেৰে ইতিহাস ৰচনা কৰা অনন্ত জিৎ সিং নৰুকাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘এক্স’-ৰ এটি ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

"আমাৰ খেলুৱৈসকলে ‘এছিয়ান গে’মছ’ত ইতিহাস ৰচনা কৰি আছে! 

পুৰুষৰ ‘স্কীট শ্বুটিং ইভেণ্ট’ত ৰূপৰ পদক জয়ৰ ইতিহাস ৰচনা কৰা অনন্ত জিৎ সিং নাৰুকাক অভিনন্দন জনাইছোঁ। ‘এছিয়ান গে’মছ’ত প্ৰতিযোগিতাৰ এইটো শিতানত ভাৰতে লাভ কৰা এইটো হৈছে প্ৰথম পদক।

আশা কৰো এই সফলতাই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব।"

 

Our athletes continue to script history at the Asian Games!

Congratulations to Anant Jeet Singh Naruka for winning a historic Silver Medal in the Skeet Men’s Shooting event. This is the first ever medal won by India in this event in any Asian Games.

May this success inspire… pic.twitter.com/rgKEte32rX

— Narendra Modi (@narendramodi) September 27, 2023

 

 

***

DS/ST/KB



(Release ID: 1961609) Visitor Counter : 86