প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাৰ ডিংগী-আইএলচিএ৪ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে নেহা ঠাকুৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
26 SEP 2023 6:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া গেমছত মহিলাৰ ডিংগী-আইএলচিএ৪ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে নেহা ঠাকুৰক অভিনন্দন জনাইছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“সমৰ্পন আৰু অধ্যয়সায়ৰ এক উজ্জ্বল নিদৰ্শন!
মহিলাৰ ডিংগী-আইএলচিএ৪ ইভেণ্টত নেহা ঠাকুৰে ৰূপৰ পদক জয় কৰিছে।
তেওঁৰ ব্যতিক্ৰমী প্ৰদৰ্শন তেওঁৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ এক প্ৰমাণ। তেওঁক অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”
***
BM/DB
(Release ID: 1961121)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam