প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ পুৰুষৰ দলটোক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
25 SEP 2023 2:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২২ ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে আনীশ ভানৱালা, বিজয়ৱীৰ সিদ্ধু আৰু আদৰ্শ সিঙৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ পুৰুষৰ দলটোক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ অবিৰত জয়যাত্ৰাক প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
Bronze with Incredible precision🎯
Our 25m Rapid Fire Pistol Men's Team, comprising @anish__bhanwala, @VijayveerSidhu, and Adarsh Singh, has clinched the bronze 🥉medal. Let's celebrate this outstanding achievement! 🌟🎯
Kudos, guys🫡💪🏻 #Cheer4India#Hallabol#JeetegaBharat… pic.twitter.com/zXdGev6JKY
— SAI Media (@Media_SAI) September 25, 2023
**********
DS/SK
(ৰিলিজ আই ডি : 1960531)
অতিথি কক্ষ : 108
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam