প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এছিয়ান গে’মছ’ৰ বাবে ভাৰতীয় দললৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
23 SEP 2023 8:10PM by PIB Guwahati
‘এছিয়ান গে’মছ’ৰ বাবে ভাৰতীয় দললৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’ এটাত প্ৰধানমন্ত্ৰীয়ে কয়;
"এছিয়ান গেমছ’ আৰম্ভ হোৱাৰ মুহূৰ্তত মই ভাৰতীয় দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ‘এছিয়ান গেমছ’ত আমি আমাৰ সৰ্ববৃহৎ দল প্ৰেৰণ কৰা কথাত ক্ৰীড়াৰ প্ৰতি ভাৰতোষণ কৰা আবেগ আৰু প্ৰতিশ্ৰুতিবদ্ধতাই জিলিকি উঠিছে। আমাৰ খেলুৱৈসকলে ভালকৈ খেলিব আৰু প্ৰকৃত ক্ৰীড়া মনোভাৱনো কি তাক কাৰ্য্যতঃ প্ৰদৰ্শন কৰিব।"
***
(ৰিলিজ আই ডি : 1960067)
অতিথি কক্ষ : 119
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam