প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

সম্বাতসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 19 SEP 2023 8:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বাতসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক টুইটাৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“সম্বাতসৰীয়ে ক্ষমা আৰু ঐক্যৰ শক্তিৰ ওপৰত আলোকপাত কৰিছে। আহক, আমি মতানৈক্য পৰিহাৰ কৰোঁ আৰু সহমৰ্মিতা আৰু ঐক্যবদ্ধভাৱে থকাটোৱেই আমাৰ পথ প্ৰদৰ্শক হওক। মিচমি দুক্কাদাম!”

*******



(Release ID: 1958939) Visitor Counter : 59