প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সম্বাতসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 19 SEP 2023 8:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বাতসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক টুইটাৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“সম্বাতসৰীয়ে ক্ষমা আৰু ঐক্যৰ শক্তিৰ ওপৰত আলোকপাত কৰিছে। আহক, আমি মতানৈক্য পৰিহাৰ কৰোঁ আৰু সহমৰ্মিতা আৰু ঐক্যবদ্ধভাৱে থকাটোৱেই আমাৰ পথ প্ৰদৰ্শক হওক। মিচমি দুক্কাদাম!”

*******


(रिलीज़ आईडी: 1958939) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Kannada , Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Malayalam