প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে হিন্দী চলচ্চিত্ৰৰ সংলাপৰ সৈতে হিন্দী দিৱস উদযাপন কৰাৰ বাবে ইজৰাইলৰ দূতাবাসক প্ৰশংসা কৰে
प्रविष्टि तिथि:
14 SEP 2023 10:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ দূতাবাসে হিন্দী চলচ্চিত্ৰৰ বিখ্যাত সংলাপৰ জৰিয়তে হিন্দী দিৱস উদযাপনক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দূতাবাসটোৰ প্ৰচেষ্টা অভূতপূৰ্ব।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে
“পৰম্পৰা, সন্মান, অনুশাসন... এই তিনিটা এই ইজৰাইলী দূতাবাসৰ স্তম্ভ।
ভাৰতীয় চলচ্চিত্ৰৰ সংলাপৰ জৰিয়তে হিন্দীলৈ ইজৰাইলী দূতাবাসৰ এই প্ৰচেষ্টা অভূতপূৰ্ব।“
*****
(रिलीज़ आईडी: 1957526)
आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam