প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তামিলনাডুৰ তিৰুপথুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

ভুক্তভোগীসকললৈ পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা

प्रविष्टि तिथि: 11 SEP 2023 6:13PM by PIB Guwahati

তামিলনাডুৰ তিৰুপথুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি নিহতসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে Xত এইদৰে প’ষ্ট কৰে;

“তামিলনাডুৰ তিৰুপথুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। মই আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ। নিহতসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আগবঢ়োৱা হৈছে। আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

******


(रिलीज़ आईडी: 1956552) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam