প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত শ্ৰেথা থাভিচিনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 23 AUG 2023 7:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত শ্ৰেথা থাভিচিনক অভিনন্দন জনাইছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে @Thavisin আপোনাক অভিনন্দন জনাইছো৷ ভাৰত-থাইলেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কক উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ বাবে আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মই আগ্ৰহী৷”

***


(ৰিলিজ আই ডি : 1955392) অতিথি কক্ষ : 140