প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে থাৰমন চানমুগাৰত্নমক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 02 SEP 2023 10:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হোৱাৰ বাবে থাৰমন চানমুগাৰত্নমক অভিনন্দন জ্ঞাপন কৰিছে।

এক্স পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কয়;

"ছিংগাপুৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে @Tharman_s, আপোনাক আন্তৰিক অভিনন্দন। ভাৰত-ছিংগাপুৰ কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিবলৈ মই আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে আশাবাদী।"

************



(Release ID: 1954720) Visitor Counter : 84