প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গ্ৰীচৰ ইস্কনৰ মূৰব্বী গুৰু দয়ানিধি দাসৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 25 AUG 2023 10:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সত গ্ৰীচৰ ইস্কনৰ মূৰব্বী গুৰু দয়ানিধি দাসক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত ভাৰতত হোৱা তেওঁলোকৰ বৈঠকৰ কথা স্মৰণ কৰে। গ্ৰীচত ইস্কনৰ কাৰ্যকলাপৰ বিষয়ে তেওঁক অৱগত কৰা হয়।

 

***


(रिलीज़ आईडी: 1954714) आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam