প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় পোষণ মাহ আমাৰ পৰিয়ালৰ স্বাস্থ্যৰ বাবে এক বৃহৎ অভিযানঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 01 SEP 2023 8:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে আমাৰ পৰিয়ালৰ স্বাস্থ্যৰ বাবে এক বৃহৎ অভিযান আৰু ই জনসাধাৰণৰ অংশগ্ৰহণৰ ফলত সফল হ'ব।

তেওঁ লগতে এই অভিযানৰ বিষয়ে তেওঁৰ মন কী বাতত উল্লেখ কৰা এটা ভিডিঅ'ও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

'ৰাষ্ট্ৰীয় পোষণ মাহ' আমাৰ পৰিয়ালৰ লোকৰ উন্নত স্বাস্থ্যৰ বাবে এটা বৃহৎ পদক্ষেপ, যাক জন-অংশগ্ৰহণেহে সফল কৰিব। মন কী বাতত মই এই বিষয়ে চৰ্চা কৰিছিলোঁ যে কেনেকৈ কুপোষণ মুক্ত ভাৰতৰ বাবে দেশজুৰি ইটোতকৈ সিটো চৰা কেইবাটাও ব্যতিক্ৰমী প্ৰয়াস কৰি থকা হৈছে

**********


(रिलीज़ आईडी: 1954696) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Malayalam