প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পুৰুষ হকী দলক পুৰুষৰ হকী৫ এছিয়া কাপ জয়ৰ বাবে অভিনন্দন জনাইছে
प्रविष्टि तिथि:
03 SEP 2023 10:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় পুৰুষ হকী দলক পুৰুষৰ হকী৫ এছিয়া কাপ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;
“হকী৫ এছিয়া কাপৰ চেম্পিয়ন!!
ভাৰতীয় পুৰুষ হকী দলক অসাধাৰণ জয়ৰ বাবে অভিনন্দন জনালোঁ। এয়া আমাৰ খেলুৱৈসকলৰ অটল নিষ্ঠাৰ সাক্ষ্য আৰু এই জয়ৰ জৰিয়তে আমি অহা বছৰ ওমানত অনুষ্ঠিতব্য হকী৫ বিশ্বকাপতো নিজৰ স্থান নিশ্চিত কৰিছোঁ।
আমাৰ খেলুৱৈসকলৰ একাগ্ৰতা আৰু দৃঢ়তাই আমাৰ ৰাষ্ট্ৰখনক অনুপ্ৰাণিত কৰি আহিছে।”
***
DS/ST/SB
(रिलीज़ आईडी: 1954551)
आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam