প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰসিদ্ধ ৰকেট বিজ্ঞানী আৰু গেলেক্টিক এনাৰ্জি ভেঞ্চাৰ্ছৰ প্ৰতিষ্ঠাপক শ্ৰীযুত চিয়াবুলেলা জুজাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
24 AUG 2023 11:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আগষ্টত জোহান্সবাৰ্গত প্ৰসিদ্ধ ৰকেট বিজ্ঞানী আৰু গেলেক্টিক এনাৰ্জি ভেঞ্চাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু পৰিচালনা সঞ্চালক শ্ৰী চিয়াবুলেলা জুজাক সাক্ষাৎ কৰে।
চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ বাবে শ্ৰী জুজাই প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। তেওঁ তেওঁৰ সফলতাৰ কৃতিত্ব ডিজিটেল ইণ্ডিয়াক দিয়ে আৰু ভাৰতত চলি থকা প্ৰকল্পসমূহৰ ওপৰত আলোকপাত কৰে।
আলোচনাকালত শক্তিক্ষেত্ৰৰ ভৱিষ্যত আৰু বহনক্ষম সমাধান বিচাৰি উলিওৱা সম্পৰ্কীয় বিষয়বোৰো সামৰি লোৱা হয়।
*************************
(रिलीज़ आईडी: 1952647)
आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam