প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ডি আৰ ডি অ’ৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড০ ভি. এছ অৰুণাচলমৰ মৃত্যুত শোক প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে ডি আৰ ডি অ’ৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড০ ভি. এছ অৰুণাচলমৰ মৃত্যুত শোক প্ৰকাশ কৰে

Posted On: 17 AUG 2023 10:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা-ডি আৰ ডি অ’ৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড০ ভি. অৰুণাচলমৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;

"ড° ভি এছ অৰুণাচলমৰ বিয়োগে বৈজ্ঞানিক সমাজ আৰু কৌশলগত জগতত এক বৃহৎ শূন্যতা সৃষ্টি কৰিছে। জ্ঞান, গৱেষণাৰ প্ৰতি আকৰ্ষণ, ভাৰতৰ নিৰাপত্তা সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত চহকী অৱদানৰ বাবে তেওঁক অতিশয় শলাগ লোৱা হৈছে। তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।ওম শান্তি।"

 

Dr. V.S. Arunachalam’s passing away leaves a major void in scientific community and the strategic world. He was greatly admired for his knowledge, passion for research and rich contribution towards strengthening India’s security capabilities. Condolences to his family and well…

— Narendra Modi (@narendramodi) August 17, 2023

 

***



(Release ID: 1950695) Visitor Counter : 76