প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭৭ সংখ্যক ‘স্বাধীনতা দিৱস’ৰ প্ৰাকমুহূৰ্তত প্ৰদান কৰা ৰাষ্ট্ৰপতিৰ ভাষণত অনাগত সময়ত সম্পাদিত হ’বলগীয়া সৰ্বাংগীন প্ৰগতিৰ এক দৃষ্টিভংগী উপস্থাপন কৰা হৈছে: প্ৰধানমন্ত্ৰী

Posted On: 14 AUG 2023 9:32PM by PIB Guwahati

৭৭ সংখ্যক ‘স্বাধীনতা দিৱস’ৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুয়ে প্ৰদান কৰা ভাষণ ‘শ্বেয়াৰ’ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক ‘টুইট’যোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ভাৰতৰ উন্নয়নমূলক পদক্ষেপসমূহৰ কথা উল্লেখ কৰাৰ লগতে অনাগত সময়ত সম্পাদিত হ’বলগীয়া সৰ্বাংগীন প্ৰগতিৰ বাবে এক দৃষ্টিভংগী উপস্থাপন কৰা ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ এয়া এক অতি প্ৰেৰণাদায়ক ভাষণ।"

 

A very inspiring address by Rashtrapati Ji, outlining India's developmental strides and presenting a vision for all-round progress in the times to come. https://t.co/8BCowh4lwt

— Narendra Modi (@narendramodi) August 14, 2023

 



(Release ID: 1949795) Visitor Counter : 77