প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী অটল বিহাৰী বাজপেয়ীক তেওঁৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 16 AUG 2023 8:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ১৪০ কোটি লোকৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীক তেখেতৰ প্ৰয়াণ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"পুণ্য তিথিত অবিস্মৰণীয় অটলজীক মই ভাৰতৰ ১৪০ কোটি লোকৰ সৈতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ নেতৃত্বৰ পৰা ভাৰতে যথেষ্ট লাভান্বিত হৈছিল। দেশৰ প্ৰগতি আৰু বিভিন্ন ক্ষেত্ৰত দেশক একবিংশ শতিকালৈ আগবঢ়াই লৈ যোৱাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।"

 

I join the 140 crore people of India in paying homage to the remarkable Atal Ji on his Punya Tithi. India benefitted greatly from his leadership. He played a pivotal role in boosting our nation's progress and in taking it to the 21st century in a wide range of sectors.

— Narendra Modi (@narendramodi) August 16, 2023

 

*************************



(Release ID: 1949794) Visitor Counter : 75