প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুন ভাৰতৰ আশা-আকাংক্ষাৰ অনুৰূপধৰণে ২০২৩ৰ বন (সংৰক্ষণ) সংশোধনী বিধেয়ক প্ৰস্তুত কৰা হৈছে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
08 AUG 2023 1:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ এক প্ৰবন্ধৰ জৰিয়তে বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২৩ৰ ওপৰত আলোকপাত কৰিছে।
এই বিধেয়কখনে নতুন ভাৰতৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতি কেনেদৰে সঁহাৰি জনাইছে আৰু বনাঞ্চলৰ বাহিৰত সেউজীয়া এলেকা বৃদ্ধি কৰা আৰু বনাঞ্চলক কিদৰে অধিক উৎপাদনশীল কৰা যায় সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে প্ৰবন্ধটোত উল্লেখ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছেঃ
"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২৩ৰ বিষয়ে লিখিছে... পঢ়ি চাব!"
*********
(रिलीज़ आईडी: 1947705)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam