প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পিএম-মিত্ৰ মেগা টেক্সটাইল পাৰ্কে উৎপাদনশীলতা বঢ়াব, নৱোন্মেষণক উদগনি দিব আৰু সংস্থাপনৰ বহু সুযোগ সৃষ্টি কৰিব: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
16 JUL 2023 6:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা কেইদিনমানত মহাৰাষ্ট্ৰ আৰু গুজৰাটত ২খন পিএম-মিত্ৰ মেগা টেক্সটাইল পাৰ্কৰ আধাৰশিলা স্থাপন কৰা কাৰ্যৰ প্ৰশংসা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট শ্বেয়াৰ কৰি কয়;
যোৱা কেইদিনমানত ২খন পিএম-মিত্ৰ মেগা টেক্সটাইল পাৰ্কৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই পাৰ্ক মহাৰাষ্ট্ৰৰ অমৰাৱতী আৰু গুজৰাটৰ নৱসাৰীত নিৰ্মাণ হ'ব। মেগা টেক্সটাইল পাৰ্কে উৎপাদনশীলতা বঢ়াব, নৱোন্মেষণক উদগনি দিব আৰু সংস্থাপনৰ বহু সুযোগো সৃষ্টি কৰিব।
**********
(रिलीज़ आईडी: 1940335)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Gujarati
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam