প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্সৰ চেনেটৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
Posted On:
13 JUL 2023 10:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৩ জুলাইত ফ্ৰান্সৰ চেনেটৰ সভাপতি জেৰাৰ্ড লাৰ্চাৰক সাক্ষাৎ কৰে।
ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্বৰ ভেটি নীতি গঠন কৰি আমাৰ ভাগ-বতৰা কৰা মূল্যবোধ ‘গণতন্ত্ৰ, স্বাধীনতা আৰু সমতা’ৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।
এই আলোচনাত ভাৰতৰ জি-২০ৰ অগ্ৰাধিকাৰ, প্ৰযুক্তি ব্যৱহাৰৰ গণতান্ত্ৰিক মূল্যবোধ আৰু দুয়োটা উচ্চ সদনৰ সহযোগিতাকে ধৰি বিস্তৃত ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হয়।
***
(Release ID: 1940049)
Visitor Counter : 116
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam