প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰ পূজা উপলক্ষে ত্ৰিপুৰাৰ জনসাধাৰণক শুভেচ্ছা জনায়

प्रविष्टि तिथि: 11 JUL 2023 2:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰ পূজা উপলক্ষে ত্ৰিপুৰাৰ জনসাধাৰণক শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"কেৰ পূজাৰ বিশেষ উপলক্ষত শুভকামনা। মই আশা কৰোঁ যে ত্ৰিপুৰাত ব্যাপক উৎসাহেৰে পালন কৰিবলগীয়া এই উৎসৱে সকলোৰে জীৱনক প্ৰসন্নতা আৰু সমৃদ্ধিৰে ভৰাই তুলিব। চতুৰ্দিশে আনন্দ আৰু সদ্ভাব হওক, সকলোৱে সু-স্বাস্থ্যৰ আশীৰ্বাদ লাভ কৰক।"

**********


(रिलीज़ आईडी: 1939182) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam