প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ ধুলেত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
পিএমএনআৰএফৰ পৰা আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে
Posted On:
04 JUL 2023 9:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ধুলেত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;
"মহাৰাষ্ট্ৰৰ ধুলেত সংঘটিত দুৰ্ঘটনাটো অতি মৰ্মান্তিক। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকা দিয়া হ'বঃ প্ৰধানমন্ত্ৰী @narendramodi"
*************
(Release ID: 1938294)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam