প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বৰ্ণ আৰু ব্ৰঞ্জ পদক জয় কৰাৰ বাবে এছিয়ান স্কোৱাছ মিক্সড ডাবলছ টীমৰ সদস্যসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 JUL 2023 3:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান স্কোৱাছ মিক্সড ডাবলছ টীমৰ সদস্য দীপিকা পাল্লিকাল আৰু সান্ধু হৰিন্দাৰক স্বৰ্ণ পদক আৰু অনাহত সিং আৰু অভয় সিঙে ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“ভাৰতৰ বাবে গৌৰৱৰ ক্ষণ, কিয়নো এছিয়ান স্কোৱাছ মিক্সড ডাবলছ প্ৰতিযোগিতা দীপিকা পাল্লিকাল আৰু সান্ধু হৰিন্দাৰক স্বৰ্ণ পদক আৰু অনাহত সিং আৰু অভয় সিঙে ব্ৰঞ্জৰ পদক দখলেৰে সামৰণী মাৰিলে। অনবদ্য প্ৰদৰ্শনৰ আমাৰ খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিলো। ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালোঁ।”
***
(रिलीज़ आईडी: 1936924)
आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam