প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ ল’ব

प्रविष्टि तिथि: 16 JUN 2023 12:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা যোগ উদযাপনত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি শ্ৰীমান চিছাবা ক’ৰ’ছিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে, “ইউএনএইচকিউত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনত আপোনালোকক লগ পাবলৈ আগ্ৰহী হৈ আছো। আপোনালোকৰ অংশগ্ৰহণে অনুষ্ঠানটোক আৰু অধিক বিশেষ কৰি তুলিব। যোগে বিশ্বক একত্ৰিত কৰে। বিশ্বজুৰি ই অধিক জনপ্ৰিয় হৈ যাওক।”

***


(रिलीज़ आईडी: 1936809) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam