প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ পূণ্য তিথিত স্মৰণ কৰে
प्रविष्टि तिथि:
23 JUN 2023 6:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ পুণ্য তিথি উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ পুণ্য তিথিত স্মৰণ কৰিছো। ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ প্ৰতি তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু ভাৰতৰ উন্নয়ন যাত্ৰাত অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ আদৰ্শই আমাক সুশাসন কঢ়িয়াই নিয়াৰ দিশত আমাৰ প্ৰচেষ্টাত পথ প্ৰদৰ্শন কৰি আহিছে।"
***
(रिलीज़ आईडी: 1936732)
आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada